আমি জীৱনটো কিমান বুজো?

যেতিয়াৰ পৰা জনা হৈছো 
সংসাৰখনক ভোগ ভূমি বুলিয়ে ভাবি আহিছো। আচলতে সংসাৰখন জ্ঞান ভূমিহে, যত আমি মানুহৰ জনম লৈ সংসাৰ কি? জীৱন কি? আমি জনম কিয় ললো ? আমাৰ মৃত্যুৰ পাছত কি হ'ব? মোহ মায়া কি? জীৱনৰ অস্থায়ী সকলোবোৰ লগতে আমাৰ দেহটোও অস্থায়ী তেন্তে স্থায়ী কি? সত্য কি ? ( what is truth) . আৰু এই সংসাৰৰ সত্যটোক অতীতৰ মহামুনি , মহৰ্ষি সকলে       আবিস্কাৰ  কৰিছিল আৰু  জানিছিল। সেই জীৱন বুজোৱা আৰু মানুহৰ মাজত ইশ্বৰ , আল্লা, GOD যিয়ে নকও  জীৱনৰ সত্যটোক জনাবৰ   বাবেই           ধৰ্ম শাস্ত্ৰ   ,    বাইবেল,   কোৰাণ,  গীতা      আদিৰ ৰচনা হৈছিল । বৰ্তমান সময়ত মানুহে নিজশ্ব ধৰ্ম        সৃষ্টি কৰি সৰহ সংখ্যকে ধৰ্ম মানিবলৈহে আগ্ৰহী হৈছে। তেনেই মুষ্টিমেয় মানুহেহে জীৱন জানিবৰ ও সত্যক উপলব্দিৰ বাবে নিজৰ মনমগজু ভগৱানৰ চিন্তাত দিন নিয়াইছে।

Comments

Popular Posts