আধ্যাত্মিকতা কি?( What is Spirituality?)

আমাৰ মন , ইন্দ্ৰিয় আৰু বুদ্ধিতকৈ মানৱ চেতনাক উচ্চ শিষৰত স্থাপন কৰাই আধ্যাত্মিকতাৰ প্ৰথম লক্ষ্য। আধ্যাত্মিকতাই মানুহৰ মনত ভাল বেয়া বিবেচনা কৰিবলৈ বুদ্ধিক বল প্ৰদান কৰে। যাৰ ফলত মানৱ চেতনাই বুদ্ধিৰ সহায় লৈ মনত সৎ চিন্তা, সৎ মনোবৃত্তি তথা সৎ চৰিত্ৰ ৰ গঠন কৰে।    
ধৰ্ম শাস্ত্ৰ  শ্ৰীমদ ভাগৱত গীতা, বাইবেল, কোৰাণ আদিত মানৱধৰ্ম কি হব লাগে? সত্য কি? নিৰাকাৰ ইশ্বৰক কেনেদৰে   জানিব পাৰি তাৰ বিষয়ে উল্লেখ আছে। কিন্ত দুখৰ বিষয় যে, আমি সৰহ সংখ্যক মানুহে ধৰ্মক  জানি জীৱন  অতিবাহিত কৰাতকৈ কেৱল চকু মুদি মানিহে আহিছো। যাৰ            বাবে    সমাজত    উচ্চ  নীচ, ধৰ্মান্তকৰণ , ধৰ্মক লৈ ৰাজনিতি, কতা মৰা ইত্যাদি অমানৱীয়   কায্য কলাপ বোৰ হৈ আছে। সেইহে বৰ্তমান
সমাজত আধ্যাত্মিকতা খুবেই প্ৰয়োজনীয় হৈ পৰিছে। কেৱল আধ্যাত্মিক জ্ঞানেহে এখন সমাজ তথা এটা জাতিক জীৱনৰ সত্যতোক লগত লৈ পোহৰৰ দিশত ও এখন সুস্থ সমাজ গঢ়াত সহায়ক হ'ব।                             

Comments

Popular Posts