জীবনৰ সাৰংশ

আচলতে আমি কোন ? নিজকে আমি কি বুলি ভাবো? এক কথাত কব গলে মাৰ গৰ্ভত স্থিতি লোৱা দিন ধৰি বাহ্যিক পৃথিৱী দেখা লৈকে পঞ্চভূতৰ খাদ্য খাইয়ে এই শৰীৰ গঠন হৈছে। আৰু সময় নামৰ কাল চক্ৰত প্ৰকৃতিৰ নিয়ম অনুসৰি এই দেহ আৰু মন পৰিপক্ক হব ধৰিছে। মানুহ জীয়াই থাকে আশা নামৰ তলা এটা লৈ , আৰু গোটেই জীৱন চাবিপাতৰ পাছত দৌৰি থাকে।

Comments

Popular Posts