Book of Life

"Book of Life🙏 "

প্ৰেম কোনো সাময়িক অনুভৱ বা আৱেগ নহয় ৷  আৱেগ আৰু অনুভৱ সলনি হয় , কেতিয়াবা দৈনিক ৷  কিন্তু প্ৰকৃত নিঃচৰ্ত প্ৰেম চিৰস্থায়ী ৷
আমি কেৱল মাত্ৰ বিশুদ্ধ সজাগতা (Awareness) বিশুদ্ধ চেতনা ( conciousness )৷  পৃথিৱীখন এক ভ্ৰম , ইয়াতকৈ বেছি একো নহয় ৷  যেতিয়া আমি এই কথা সম্পূৰ্ণৰূপে বুজি পাওঁ তেতিয়া ইচ্ছাবোৰ আতৰি যায় ৷  আমি শান্তি পাওঁ ৷

#Nipulgogoispirituality

Comments

Popular Posts