Teaching of Adi Sankarsarya
'Book of Life🙏'
জন্মৰ আগতে দেহৰ অস্তিত্ব নাছিল,
নতুবা মৃত্যুৰ পিছত ইয়াৰ অস্তিত্ব নাথাকিব।
দেহৰ জন্ম হয় ক্ষন্তেক সময়ৰ বাবে,
ইয়াৰ গুণবোৰ ক্ষণিক,
আৰু এই দেহ সহজাতভাৱে পৰিৱৰ্তিত হৈ থাকে।
ক্ষণভংগোৰ দেহ আৰু মন
ঠিক সেই মাটিৰ পাত্ৰৰ দৰেই
পৰিৱৰ্তিত পৰিঘটনাৰ পৰ্যবেক্ষক হৈ হ’ব পাৰো আমি নিজৰ প্ৰকৃত আত্মা । (soul)
যদিহে নিজক ,নিজে আবিস্কাৰ কৰো।
#Nipulgogoispirituality


Comments
Post a Comment