"The Spirit seeker"🙏


 
ৰমণ মহৰ্ষিয়ে কৈছে :
 আপুনি নিজকে প্ৰশ্ন কৰিব লাগিব ,
 মই কোন ???
 এই অনুসন্ধানৰ ফলত শেষত আপোনাৰ ভিতৰত কিবা এটা আৱিষ্কাৰ হ'ব যিটো আপোনাৰ মনৰ আঁৰত আছে ৷ সেই মহান সমস্যাটো সমাধান কৰক আৰু আপোনাৰ আন সকলো সমস্যা সমাধান কৰিবলৈ সামথ্যতা লাভ কৰিব। 

Comments

Popular Posts