Book of life
"Book of Life🙏"
চেতনাত অৱস্থিত যেতিয়া হোৱা যায়, বাহিৰাগত জগতৰ যিকোনো ভাব ধাৰাই আভ্যন্তৰীণ ভাৱে প্ৰভাৱ নেপেলায়। তেনে মনোস্থিতিত নিজৰ মাজত কোনো ধৰণৰ দোষ বিচাৰি নাপাব, বিৰক্ত নহয়। কাৰণ আত্মা হৈছে পৰম চেতনা আৰু যেতিয়া আপুনি তাত অৱস্থিত হ’ব তেতিয়া আমাৰ বিষেশ একো আশা নাথাকে। বাহ্যিক ত সকলো একেই থাকিব কিন্তু ভিতৰত সদা বিদ্যমান হৈ থাকিব যেতিয়ালৈ আমি আছো এই সংসাৰত সকলো ক্ষণস্থায়ী কেৱল চেতনাই (consciousness) সত্য।
#Nipulgogoispirituality


Comments
Post a Comment