Book of Life🙏

"Book of Life🙏"

জীৱনৰ প্ৰতিটো পৰিস্থিতি অস্থায়ী।  গতিকে , যেতিয়া জীৱনটো ভাল হয় , তেতিয়া আমি নিশ্চিত  যে আমি ইয়াক সম্পূৰ্ণৰূপে উপভোগ কৰো আৰু গ্ৰহণ কৰো ৷  আৰু যেতিয়া জীৱনটো ভাল নহয় তেতিয়া মনত ৰাখো যে ই চিৰদিন নাথাকিব আৰু ভাল দিনবোৰ আকৌ আহিব।

#Nipulgogoispirituality

Comments

Popular Posts