book of life

"𝙱𝚘𝚘𝚔 𝚘𝚏 𝙻𝚒𝚏𝚎✍︎"
আজিৰ মানৱতাত  আচৰিত হৈছো , কাৰণ মানুহে ধন উপাৰ্জনৰ বাবে নিজৰ স্বাস্থ্যক ত্যাগ কৰে ৷  তাৰ পিছত টকা খৰচ কৰি স্বাস্থ্য লাভ কৰে।  তেওঁ ভৱিষ্যতৰ বাবে ইমানেই চিন্তিত যে তেওঁ বৰ্তমান উপভোগ নকৰে।  ফলত তেওঁ  বৰ্তমানতটো নাথাকে  ভবিষ্যতত  টো থকা অসম্ভৱেই।  তেওঁ এনেদৰে জীয়াই থাকে যেন তেওঁ কেতিয়াও মৰিব নোৱাৰে বা নিবিচাৰে। আৰু তাৰ পিছত এনেদৰে মৃত্যুমুখত পৰে যেন তেওঁ প্ৰকৃততে কেতিয়াও জীয়াই থকা নাচিলৈই । এইয়াই মানুহৰ মন । জীৱনত থকাৱোৰত সুখ বিচাৰিব নাজানে।🙏
#nipulgogispirituality

Comments

Popular Posts