Book of life

"𝔹𝕠𝕠𝕠𝕜 𝕆𝕗 𝕃𝕚𝕗𝕖✍︎"
ধৰ্মই আপোনাক সঁচা কথা কয় , আধ্যাত্মিকতাই আপোনাক ইয়াক আৱিষ্কাৰ কৰিবলৈ অনুমতি দিয়ে , বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ সৃষ্টি হৈছিল আৰু আমি ইয়াত কিয় আছো ? আধ্যাত্মিকতাই আপোনাক এই প্ৰশ্ন উত্তৰবোৰ নিজেই আৱিষ্কাৰ কৰিবলৈ দিয়ে ৷  ই আপোনাক সকলো কথাতে নিজৰ সত্য বিচাৰি উলিয়াবলৈ শক্তিশালী কৰে আৰু জানিবলগীয়া সকলো কথা বুজিবলৈ আপুনি কিমান গভীৰলৈ যাব পাৰে তাৰ কোনো সীমা নিৰ্ধাৰণ নকৰে।  যিমানেই জানিব সিমানেই উপলব্ধি কৰিব যে আপুনি একো নাজানে 🙏

#nipulgogoispirituality

Comments

Popular Posts