Book of life

"𝐁𝐨𝐨𝐤 𝐨𝐟 𝐥𝐢𝐟𝐞✍︎"
মানৱ জীৱন যুদ্ধৰে ভৰা  কেতিয়াও ভয়ত শংকিত  হোৱাৰ কাৰণ নাই , শেষলৈকে যুঁজিব পৰাটোহে প্ৰকৃত স্থিতপ্ৰজ্ঞ , নিজৰ মাটিত থিয় হওক পৰম শক্তিয়ে পৃথক ধৰণেৰে এজন সম  মানুহক সৃষ্টি কৰিছে - বা আমি ইয়াকো কব পাৰো যে ,  সকলোৱেই এজন মাষ্টাৰপিচ। কেৱল নিজক জনাৰ প্ৰয়োজন  ৷  যেতিয়া আমি কৰা প্ৰতিটো কাম আমাৰ লক্ষ্যৰ বিৰুদ্ধে নেতিবাচক হৈ পৰে , তেতিয়া ভয় কৰাৰ কোনো কাৰণ নাই   ৷ আৰু ইয়াৰ পৰা ফলাফল আশাও অনাব্শ্যকিয়৷  সদায় বুজি লওক , ভয় আৰু আশাইহে বাধা আৰু সীমাবদ্ধতাৰ সৃষ্টি কৰে ৷ "𝔹𝕙𝕒𝕘𝕨𝕒𝕥 𝔾𝕚𝕥𝕒" য়ে এই মূল্যৱান শিক্ষা দিয়ে যাৰ পৰা আমাৰ  ভৱিষ্যত গঢ়াত সহায় হয়।

#nipulgogoispirituality

Comments

Popular Posts